(বজ্ৰাঙ্গ দাস)
অফিচৰ ব্যস্ততা আৰু
কৰ্তব্যৰ হেচাৰ মাজত
পাৰ হোৱা এটা
গতানুগতিক দিন..
অভ্যাসবশত টোকা এটাত
তাৰিখ লিখিব লৈ
হঠাত্ কলমটো যেন থমকি ৰ’ল
হয়, আজি তোমাৰ জন্মদিন !!
সৰু থাকোতেই লিখিব চেষ্টা কৰিছিলো... বিগত দিনৰ বিভিন্ন সুখ-দূখ, প্ৰেম-বিৰহৰ অনূভুতি তথা পৰিবেশ-সমাজৰ চাপ থকা কিছুমান লেখা আগবঢ়ালো | ভূলবোৰ আঙুলীয়াই দিব অনুৰোধ কৰিলো |