যাৰ বিৰহ অগনিত জাহ গ’ল
জীৱনৰ অমূল্য বসন্তবোৰ...
দুৰ্বল হিয়া মোৰ স্পন্দনহীন হ’ল
যেতিয়া তেওঁ প্ৰশ্ন তুলিলে
প্ৰেমৰ অস্তিত্ব আৰু গভীৰতাত !!!
প্ৰেমৰ অস্তিত্ব আৰু গভীৰতাত !!!
সৰু থাকোতেই লিখিব চেষ্টা কৰিছিলো... বিগত দিনৰ বিভিন্ন সুখ-দূখ, প্ৰেম-বিৰহৰ অনূভুতি তথা পৰিবেশ-সমাজৰ চাপ থকা কিছুমান লেখা আগবঢ়ালো | ভূলবোৰ আঙুলীয়াই দিব অনুৰোধ কৰিলো |